Search for headword:
ৰাক্ষস
1 result
Highlight Bangla and press "t" to transliterate.
1)
ৰাক্ষস rākṣasa
(
p. 804)
ৰাক্ষস rākṣasa [সং.] বি. দেবতাৰ শত্ৰু আৰু মানুহৰ অনিষ্টকাৰী জীব- বিশেষ; a titan; a demon. 2। ভাল-বেয়া নিবিচাৰি পেটত ধৰেমানে খোবা মানুহ; a glutton. স্ত্ৰী. ৰাক্ষসী।